Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

4.5

Duration
5H 58min
Language
Assamese
Format
Category

Fiction

সমাজৰ বাস্তৱ দিশটোক প্ৰতিফলিত কৰি বিভিন্ন ঘটনা আৰু চৰিত্রৰ মননশীল সংযোজনৰ এখন গল্প সংকলন হৈছে ভৃংগেশ্বৰ শৰ্মাৰ "মুখাগ্নি"। গল্প-পুথিখনৰ প্ৰতিটো গল্প ভিন্নস্বাদৰ। গল্পসমূহৰ চৰিত্রসমূহ খুৱেই জীৱন্ত আৰু সংবেদনশীল। চৰিত্রসমূহত বাস্তৱ জীৱনৰ সুখ-দুখ, আশা-আকাঙ্ক্ষা, হতাশা তথা জীৱনৰ সূক্ষ্ম অনুভূতিসমূহ সুন্দৰকৈ প্ৰতিষ্ঠাপন কৰা হৈছে আৰু সেয়ে গল্পসমূহৰ পটভূমি আৰু চৰিত্রসমূহ সদা-প্ৰাসঙ্গিক। এই গল্পসমূহৰ জৰিয়তে আমাৰ সমাজখনৰ বিভিন্ন দিশ তথা ভিন্নজনৰ জীৱনবোধ সম্পৰ্কে জানিবলৈ শুনক ভৃংগেশ্বৰ শৰ্মাৰ "মুখাগ্নি"কেৱল "ষ্টৰীটেল"ৰ যোগেদি।

© 2021 Storyside IN (Audiobook): 9789353988296

Release date

Audiobook: 6 May 2021

Others also enjoyed ...

  1. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  2. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  3. Ostoraag হোমেন বৰগোহাঞি
  4. Madhuxala সৌমিত্ৰ যোগী
  5. Xongskar মামণি ৰয়ছম গোস্বামী
  6. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  7. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  8. Orgol Khula, Priyomboda গীতালি বৰা
  9. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  10. Edinor Diary হোমেন বৰগোহাঞি
  11. Mriganabhi অৰূপা পটংগীয়া কলিতা
  12. Cubicle Mate পাপলু চেতিয়া
  13. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  14. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  15. Puwoti Tora কাঞ্চন বৰুৱা
  16. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  17. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  18. Doriyoli গীতালি বৰা
  19. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  20. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  21. Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
  22. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  23. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  24. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  25. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  26. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  27. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  28. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  29. Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  30. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী