Dighol thengiya লক্ষ্মীনাথ বেজবৰুৱা
Step into an infinite world of stories
বাঘক বনৰ ৰজা বুলি কোৱা হয়। অথচ সেই বাঘৰে মৃত্যু হয় এটা ধূৰ্ত শিয়ালৰ হাতত। কিন্তু কেনেকৈ? বাঘৰ মৃত্যুৰ পিছত বাঘিনী আৰু বাঘ পোৱালিক ডকা হকা দি কেনেকৈ দিন গৈছিল শিয়ালৰ? শেষলৈ কি হ'ল? বুধিয়ক শিয়ালৰ সাধুটো শুনো আহা চেতনা দাস আইতাৰ মাতত।
© 2021 Storyside IN (Audiobook): 9789354340680
Release date
Audiobook: 18 May 2021
Tags
English
India