Bengsota অপূৰ্ব কুমাৰ শইকীয়া
Step into an infinite world of stories
Fiction
লীলাৱতী দেৱ চৌধুৰী কোন? তেওঁৰ জীৱনৰ ওপৰত ভিত্তি কৰি আগবাঢ়ি যায় কিছু ঘটনাৰাজি। অথবা পোহৰহীন পৃথিৱীত পোহৰ বিচাৰি হাবাথুৰি খোৱা কোনো এজন ব্যক্তি.. পোহৰহীনতাৰ পৰা পোহৰলৈ যাত্ৰা আৰম্ভ কৰিব পাৰি নে? কিয় কিছুমান ৰাজ্যৰ বাবে কন্যা সন্তান এতিয়াও অভিশাপ? ১৯৯৮ চনৰ কলিকতাৰ গ্ৰন্থমেলাত কি ঘটিছিল? কোন আছিল অনুপমা? নক্সাল আন্দোলনত উত্তাল হোৱা কলিকতাৰ এটা সময়ৰ জীৱন্ত দলিল। এখন আত্মজীৱনীমূলক আংগিক গ্ৰন্থ। কি আছে ইয়াৰ ভিতৰছোৱাত ? এই সকলোখিনি জানিবলৈ 'ষ্টৰীটেল' যোগে শুনক প্ৰথিতযশা সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ গ্ৰন্থ "বাস্তৱ আৰু বিষাদ"।
© 2022 Storyside IN (Audiobook): 9789354344060
Release date
Audiobook: 1 September 2022
English
India